গীতা এখন পৰম। অধ্যয়ন কৰি অন্ত পোৱা নাযায়। নতুন ভাৱৰ উদয় স্বয়ং পদ্মনাভ মুখৰ পৰা নিঃসৃত। যুদ্ধ আৰম্ভৰ পূৰ্বত উভয়পক্ষ যোদ্ধাৰূপত আত্মীয় - স্বজনক দেখি অৰ্জুনে শ্ৰীকৃষ্ণক কি কৈছিল সেয়া সৰ্বজনবিদিত। ভুল সংশোধনৰ বাবে - আত্মা কেতিয়াও বিনষ্ট নহয়, আত্মা নৃত্য স্থিতিশীল, অবিনাশী এই সংসাৰ এনে ধৰণৰ বহু শাস্ত্ৰসন্মত মীমাংশাৰ দ্বাৰা শ্ৰীকৃষ্ণই অৰ্জুনৰ মনৰ ভ্ৰান্তি দূৰ কৰিছিল ।এইসকলো বিষয় লৈ অৰ্জুনৰ
সেই পৰম পুৰুষ পৰমেশ্বৰৰ কৃপাতহে এই পুথিৰ গূঢ় তত্ত্ব বুজিবলৈ সক্ষম হ ব বৰ্ণৰ প্ৰভুই মুক্তি দিবই যেন সকলোৱে লাভ কৰিব পাৰোঁ।
হৈছে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে বিষণ্ণ আৰু বিমুঢ় হৈ পৰা অৰ্জ্জুনৰ প্ৰতি শ্ৰীকৃষ্ণৰ তাত্বিক | ওঠৰতা অধ্যায়ত আছে | ভুল-ক্ৰুটিসমূহ আঙুলিয়াই দিলে আমি সংশোধন কৰাৰ চেষ্টা কৰিম।
Relase on 17-03-2019
BhagavadGita Assamese(শ্ৰীমদ্ভগৱদগীতা-অসমীয়া)
Read Complete Bhagavad Gita in Assamese here
শ্ৰীমদ্ভগৱদগীতাখন অসমীয়াত পঢ়ক ।