বৈদিক নিয়ম অনুসৰি সূৰ্য নমস্কাৰ সূৰ্য দেৱতাৰ লগত সম্পৰ্কিত শাৰীৰিক মানসিক নমস্কাৰ সূৰ্য সৈতে সম্পৰ্কিত আৰু আধ্যাত্মিক শক্তি বিকাশৰ এটা সুগম পথ। হ ল সকলো উত্তাপৰ সৈতে উত্তাপনৰ সম্পৰ্ক আছে। যোগ শাস্ত্ৰত নমস্কাৰে আমাৰ শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ কৰে বুলি উল্লেখ আছে। এটা পূৰ্ণাংগ সৰ্বাংগ ব্যায়াম। বিভিন্ন ভংগীত কৰা শেষলৈ সৰ্বমুঠ ভংগীত সূৰ্য নমস্কাৰ সমাপ্ত কৰা হয় সহায়ত শৰীৰৰ ব্যায়াম সমাধান হয়। নমস্কাৰত একেলগে, প্ৰাণায়াম আৰু ধ্যানৰ সংমিশ্ৰণ ঘটে। প্ৰভাৱত আমাৰ প্ৰতিটো চক্ৰ সক্ৰিয় হৈ উঠে